the crying elephant
Schedule
Sun, 05 Apr, 2026 at 12:00 am
UTC+05:30Location
Palashbari | Gauhati, AS
Advertisement
WTF is going on ?এয়া জীৱ শ্ৰেষ্ঠৰ শ্ৰেষ্ঠতাৰ নিদৰ্শন । অত বছৰে বনাঞ্চল কাটি নি শেষ কৰি এতিয়া প্ৰকৃতি প্ৰেমৰ দেখাইছে ।
যোৱা দুদিন ধৰি এনেদৰে জুই লৈ ফটকা ফুটাই হাতী খেদাৰ সভা পাতিছে ।
হয় মানুহ এজনৰ মৃত্যু হৈছে কিন্তু তাৰ জগৰীয়া কোন ? এই পেটৰ তৰণাত ওলাই অহা হাতী কেইটা নে আমি যিয়ে হাবি বন তহিলং কৰি বনাঞ্চলক জনাঞ্চল লৈ ৰূপান্তৰ কৰিছো ?
প্ৰতিদিন 462 জন ব্যক্তি পথ দুৰ্ঘটনাত , 45 জন ব্যক্তি ৰেল দুৰ্ঘটনাত , 2600 ব্যক্তি স্বাস্থ্যজনিত কাৰণত মৃত্যু হয় ।
কিন্তু যোৱা 10 বছৰত মাত্ৰ 668 জন মানুহৰ মৃত্যু হয় হাতীৰ দ্বাৰা বা তেনেকুৱা কিছুমান কাৰণত ।
পলাশবাৰী সমষ্টিত হাতীৰ আক্ৰমণ এইটো এ প্ৰথম । যাক যিমান গুৰুত্ব আৰোপ দিয়া হৈছে যদি তাৰ ১ শতাংশ অবৈধ মাটিৰ দালাল , অবৈধ বলি সৰবৰাহকাৰী , অবৈধ শিল সৰবৰাহকাৰী , চোৰাং কাঠ আদিত দিলে হেঁতেন পলাশবাৰী সমষ্টি বহুত আগত বহুত খিনি উন্নত হল হেঁতেন আৰু হাতী মানুহৰ এই সংঘাট ও নহল হেঁতেন । কিন্তু এই বোৰ বিষয়ত চৰকাৰ নিমাত কাৰণ প্ৰতি খন বলি , শিল,কাঠ ভৰ্তি ট্ৰাকৰ পৰা DFO, pollice , খণ্ড উন্নয়ন বিষয়াক এ ধৰি সকলোৱে নিজৰ কমিছন পাই আছে কিন্তু হাতী কেইটাই দিব পৰা নাই । দিব ও নো কৰ পৰা পেটৰ ভোকত দৌৰি ফুৰিছে ।
মাথোঁ কবলৈ এইখিনি এ হাতী খেদাৰ বাহিৰে বেলেগ কাম বোৰত অলপ মন দিয়ক । হাতীৰ সৈতে যোৱা 4/5 বছৰে সহবাস কৰি আহিছোঁ আগলৈ ও থাকিম ।
নিজৰ কমিছন ৰ কথা নাভাবি অলপ গঞা ৰাইজৰ হকে কাম কৰক ।।
প্ৰৱাল দাস
Advertisement
Where is it happening?
Palashbari, Palasbari, Gauhati, IndiaEvent Location & Nearby Stays:
Know what’s Happening Next — before everyone else does.




